মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদ: চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিক্ষোভ সমদল

সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো সুলভ মূল্যৰ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ কেন্দ্ৰীয় আহ্বান মৰ্মে আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই এক বিশাল বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী ছাত্ৰ সন্থাই মূলতঃ তলত উল্লেখ কৰা দাবীসমূহ উত্থাপন কৰে: প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য হ্ৰাস: পেট্ৰ’ল, ডিজেল, ইন্ধনজাত সামগ্ৰী আৰু…

Read More

MASSIVE DRUG SEIZURE IN GUWAHATI: JOINT OPERATIVE UNEARTHS ILLEGAL PHARMACEUTICALS WORTH OVER ₹10 LAKH

GUWAHATI, MAY 21, 2026: In a major crackdown against the illegal pharmaceutical trade, a joint team of the Drugs Control Administration and Guwahati Police conducted a massive raid at a premises in Rajmohan Boro Path, Ganeshpara under the Fatashil Ambari police station today. The operation resulted in the seizure of illicit drugs and medicines valued…

Read More

দেশৰ ৰাজনীতিত নতুন ধুমুহা ! বিজেপি-কংগ্ৰেছকো অনুৰাগীৰ ক্ষেত্ৰত চেৰ পেলাই দেশজুৰি চর্চাত নতুন ৰাজনৈতিক দল

ককৰোচ জনতা পাৰ্টীদলৰ প্ৰতিষ্ঠাতাসকলে দাবী কৰিছে —সাধাৰণ মানুহৰ কণ্ঠস্বৰ হ’ব ককৰোচ জনতা পাৰ্টী।’দুৰ্নীতি, মূল্যবৃদ্ধি আৰু নিবনুৱাক কেন্দ্ৰ কৰি আগবঢ়োৱা হৈছে নতুন ৰাজনৈতিক এজেণ্ডা। নিবনুৱা ,এলেহুৱা আৰু ২৪ ঘন্টাই অনলাইন থকা সকলে যোগদান কৰিব পাৰিব এই দলত ।নিজকে পইঁতাচোৰা বুলি ভাবিব লাগিব দলৰ সদস্যইভাৰতৰ ৰাজনীতিত অভিনব ঘটনা । ৰাজনীতিত ভৰি দিলে পইঁতাচোৰাই। ৰাতিটোৰ ভিতৰতে লাখ লাখ…

Read More

ৰক্তদান জীৱন দান, ৰক্তদান মহান দান।

আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালত এক ব্যতিক্ৰমী আৰু মানৱীয় পদক্ষেপ গ্ৰহণ কৰি অভিজিৎ মজুমদাৰে নিজৰ ১৮ বছৰীয়া জন্মদিনটো ৰক্তদানেৰে উদযাপন কৰে। পিতৃৰ আদৰ্শ অনুসৰণ কৰি কৰা এই মহান কাৰ্যই সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে।উক্ত ৰক্তদান কাৰ্যসূচীত উপস্থিত থাকে পিতৃ শেখৰ মজুমদাৰ, মাতৃ সন্ধ্যা ৰাণী দে, জ্যেষ্ঠ সাংবাদিক তথা ক্ৰিষ্টেল ভিজনৰ সভাপতি ময়ুখ গোস্বামী,…

Read More

মৰিগাঁওবাসীৰ বাবে গৌৰৱৰ ক্ষণ: দেশৰ শ্ৰেষ্ঠ ১০০ জিলা আযুক্তৰ তালিকাত অনামিকা তেৱাৰী!

মৰিগাঁও: সমগ্ৰ অসমৰ লগতে বিশেষকৈ মৰিগাঁও জিলাৰ বাবে এক অত্যন্ত আনন্দ তথা গৌৰৱৰ খবৰ। প্ৰখ্যাত ‘ফেম ইণ্ডিয়া’ (Fame India) আলোচনীৰ ২০২৬ বৰ্ষৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষাত দেশৰ শ্ৰেষ্ঠ ১০০ গৰাকী জ্যেষ্ঠ দণ্ডাধীশ/জিলা আযুক্তৰ (Best DMs) অভিজাত তালিকাত স্থান লাভ কৰিছে মৰিগাঁও জিলাৰ জিলা আযুক্ত অনামিকা তেৱাৰীয়েদেশৰ দক্ষ প্ৰশাসকসকলৰ মাজত চলোৱা এই কঠোৰ সমীক্ষাত তেওঁৰ স্থান…

Read More

ঐতিহাসিক গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ থানত সেৱা ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীৰ কল্যাণ আৰু প্ৰগতিৰ বাবে কৰিলে বিশেষ প্ৰাৰ্থনা।

মৰিগাঁও: অসমৰ ধৰ্মীয় তথা ঐতিহাসিক পৰম্পৰাক অক্ষুণ্ণ ৰাখি মৰিগাঁও জিলাৰ জাগীৰোডস্থিত ঐতিহাসিক গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ থানত উপস্থিত হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। থান প্ৰাংগণত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰম্পৰাগত ৰীতি-নীতিৰে দেৱাধীদেৱ মহাদেৱৰ চৰণত ভক্তিপূৰ্ণ সেৱা অৰ্পণ কৰে।ধৰ্মীয় মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই সমগ্ৰ অসম তথা অসমবাসীৰ সৰ্বাংগীণ কল্যাণ, দীৰ্ঘায়ু,…

Read More

মৰিগাঁও মৰিপচতীয়া গাওঁ শনিবাৰ বজাৰত দৌৰাই দৌৰাই ড্ৰাগছ বিক্ৰেতা আটক

মৰিগাঁও চহৰৰ নিকটৱৰ্তী মৰিমুছলমান গাঁওৰ ৰেকিবুৰ ৰহমানে দীর্ঘদিন ধৰি ড্ৰাগছ বিক্ৰীৰ সৈতে জড়িত হৈ দুবাৰ কাৰাবাস খাটিছিল। আজি মৰিগাঁও মৰিপচতীয়া গাওঁ শনিবাৰ বজাৰত আৰক্ষীৰ অপৰাধ শাখাৰ পাঁচ জনীয়া এটা দলে দুজন ড্ৰাগছ বিক্ৰেতাক দৌৰাই দৌৰাই অৱশেষত ৰেকিবুৰ ৰহমান নামৰ ড্ৰাগছ বিক্ৰেতা জনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।আনজন ড্ৰাগছ বিক্ৰেতা পলায়ন কৰে। আনফালে আৰক্ষীয়ে Pulsar, NS 125…

Read More

বৰনদীত অঘটন।

দৰং কামৰূপৰ সীমান্তত সংঘটিত হয় এই অঘটন। নদীত গা ধুবলৈ অহা মাতৃ কন্যা সহ এগৰাকী যুৱতী উটি গ’ল নদীৰ শোতত। স্থানীয় লোকৰ তৎপৰতাত এজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও মাতৃ কণ্যা এই পৰ্যন্ত সন্ধানহীন। সন্ধানহীন তমজিদা বেগম, আৰজিনা বেগম। উদ্ধাৰ কৰা কৰিমূল বেগমক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা। সন্ধানহীন দুজনক বিচাৰি SDRF বাহিনীয়ে অভিযান অব্যাহত…

Read More

স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আমিনগাঁৱত আছুৰ উত্তাল প্ৰতিবাদ ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ “বিক্ষোভ” কাৰ্যসূচী ।আমিনগাঁৱস্থিত বিদ্যুত বিভাগৰ কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰ আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ বাবে ৰুপায়ন কৰে এই প্ৰতিবাদ ।দুই শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ – স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুত বিভাগ হায় ! হায় , বিদ্যুত মন্ত্ৰীৰ কাম নাই, বিদ্যুতৰ মাচুল হ্ৰাস…

Read More

বিহালীত সমজিলা কাৰ্যালয়ৰ শুভ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ

অসমীয়া ভাষাই ধ্ৰপদী ভাষা হিচাপে স্বীকৃতি পোৱাত কংগ্ৰেছৰ নেতাই ভাল পোৱা নাই – পীযুষ হাজৰিকা ।স্বাধীনতা সংগ্ৰামী তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম গৰাকী সভাপতি চবিবাল উপাধ্যায়ৰ বাসগৃহ সংৰক্ষণৰ মন অসম চৰকাৰৰ ।প্ৰিয়াংক খাৰ্গেই পুনৰ টুইটাৰত নগাও চেনি মেল আৰু জাগিৰোড পেপাৰ মিল কিয় বন্ধ হ’ল বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া , এই দুয়োটা উদ্যোগ কংগ্ৰেছৰ দিনতে…

Read More