দৰঙৰ খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
খাৰুপেটীয়াৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় পথত AS 01RC 5264 নম্বৰৰ ট্ৰাক – AS 13A 5046 নম্বৰৰ বাইকৰ সৈতে সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাত আহত চিকিৎসক সহ দুগৰাকী বাইক আৰোহী ।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইকত থকা খাৰুপেটীয়াৰ জেষ্ঠ্য চিকিৎসক বিমল শইকিয়া আৰু ফাৰ্মাচীষ্ট ৰবি সাহা ।দুয়োজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।উল্লেখ্য যে খাৰুপেটীয়া পৌৰ সভাৰ সন্মুখৰ…
