বৰনদীত অঘটন।

দৰং কামৰূপৰ সীমান্তত সংঘটিত হয় এই অঘটন।

নদীত গা ধুবলৈ অহা মাতৃ কন্যা সহ এগৰাকী যুৱতী উটি গ’ল নদীৰ শোতত।

স্থানীয় লোকৰ তৎপৰতাত এজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও মাতৃ কণ্যা এই পৰ্যন্ত সন্ধানহীন।

সন্ধানহীন তমজিদা বেগম, আৰজিনা বেগম।

উদ্ধাৰ কৰা কৰিমূল বেগমক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা।

সন্ধানহীন দুজনক বিচাৰি SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

Jugal Chandra Boro Report

Darrang,Insight India

One thought on “বৰনদীত অঘটন।

  1. Been messing around on rwin99 for a few days. I actually won a bit on their sports bets! The odds aren’t always the best, but they cover a lot of different sports. If you like betting on sports, give rwin99 a shot.

Leave a Reply to rwin99 Cancel reply

Your email address will not be published. Required fields are marked *