

বৰনদীত অঘটন।
দৰং কামৰূপৰ সীমান্তত সংঘটিত হয় এই অঘটন। নদীত গা ধুবলৈ অহা মাতৃ কন্যা সহ এগৰাকী যুৱতী উটি গ’ল নদীৰ শোতত। স্থানীয় লোকৰ তৎপৰতাত এজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও মাতৃ কণ্যা এই পৰ্যন্ত সন্ধানহীন। সন্ধানহীন তমজিদা বেগম, আৰজিনা বেগম। উদ্ধাৰ কৰা কৰিমূল বেগমক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা। সন্ধানহীন দুজনক বিচাৰি SDRF বাহিনীয়ে অভিযান অব্যাহত…

স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আমিনগাঁৱত আছুৰ উত্তাল প্ৰতিবাদ ।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ “বিক্ষোভ” কাৰ্যসূচী ।আমিনগাঁৱস্থিত বিদ্যুত বিভাগৰ কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰ আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ বাবে ৰুপায়ন কৰে এই প্ৰতিবাদ ।দুই শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ – স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুত বিভাগ হায় ! হায় , বিদ্যুত মন্ত্ৰীৰ কাম নাই, বিদ্যুতৰ মাচুল হ্ৰাস…

বিহালীত সমজিলা কাৰ্যালয়ৰ শুভ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ
অসমীয়া ভাষাই ধ্ৰপদী ভাষা হিচাপে স্বীকৃতি পোৱাত কংগ্ৰেছৰ নেতাই ভাল পোৱা নাই – পীযুষ হাজৰিকা ।স্বাধীনতা সংগ্ৰামী তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম গৰাকী সভাপতি চবিবাল উপাধ্যায়ৰ বাসগৃহ সংৰক্ষণৰ মন অসম চৰকাৰৰ ।প্ৰিয়াংক খাৰ্গেই পুনৰ টুইটাৰত নগাও চেনি মেল আৰু জাগিৰোড পেপাৰ মিল কিয় বন্ধ হ’ল বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া , এই দুয়োটা উদ্যোগ কংগ্ৰেছৰ দিনতে…

দৰঙৰ খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
খাৰুপেটীয়াৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় পথত AS 01RC 5264 নম্বৰৰ ট্ৰাক – AS 13A 5046 নম্বৰৰ বাইকৰ সৈতে সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাত আহত চিকিৎসক সহ দুগৰাকী বাইক আৰোহী ।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইকত থকা খাৰুপেটীয়াৰ জেষ্ঠ্য চিকিৎসক বিমল শইকিয়া আৰু ফাৰ্মাচীষ্ট ৰবি সাহা ।দুয়োজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।উল্লেখ্য যে খাৰুপেটীয়া পৌৰ সভাৰ সন্মুখৰ…

এ আই ইউ ডি এফ দলৰ প্ৰতিষ্ঠা দিৱস, ৰাজ্যৰ লগতে গোৱালপাৰাতো প্ৰতিষ্ঠা দিৱস উদযাপন
২০০৫ চনৰ ৩ অক্টোবৰ তাৰিখে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDF দলৰ গঠন হৈছিল । দলটোৰ সভাপতি হিচাপে নেতৃত্ব দিছিল মৌলানা বদৰুদ্দিন আজমলে । আজি এই দলটোৰ ২০ টা বছৰ হোৱাৰ বাবে সমগ্ৰ ৰাজ্যতে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা দেখা গৈছে । গোৱালপাৰা জিলাতো পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱস । গোৱালপাৰা জিলাৰ হজ ভৱন…

ৰঙিয়াত পৌৰনিকায় কৰ্মচাৰীৰ সৰ্বাত্মক ধৰ্মঘট কাৰ্য্যসূচী
ৰঙিয়াত পৌৰনিকায় কৰ্মচাৰীসকলৰ সৰ্বাত্মক ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন । সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া পৌৰসভাৰ কাৰ্য্যালয়ৰ সন্মূখভাগত পৌৰসভাৰ কৰ্মচাৰী সকলে চাকৰি নিয়মিয়াকৰণ ও দৰমহা সমুহ আদায় দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় । ৰঙিয়াত প্ৰতিকুল বতৰকো নেওচি এইসকল পৌৰ কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য বিচাৰি এনেদৰে আন্দোলনত যোগ দিয়া পৰিলক্ষিত হৈছে । ৰঙিয়াৰ পৰা ওৱাছিম আক্ৰামৰ…